চাউলত পোক ধৰিছে নেকি? তেন্তে কৰক এইকেইটা কাম

Assamese Rice | Assamese Lifestyle Tips |

চাউলত পোক ধৰিছে নেকি? তেন্তে কৰক এইকেইটা কাম

চাউলত পোক  ধৰা নতুন একো নহয়। বেছিভাগেই কেতিয়াবা নহয় কেতিয়াবা এই সমস্যাৰ সন্মুখীন হয়।

আহকচোন চাওঁ চাউলৰ  পোক দূৰ কৰা কেইটামান সহজ উপায়

  • ১/ চাউল যদি বেছি পৰিমানৰ থাকে  তেন্তে প্লাষ্টিকৰ বেগত ভৰাই ৰাখক।
  • ২/  চাউল বতাহ সোমাব নোৱাৰা  প্ৰাত্ৰত থলে পোক নধৰে।
  • ৩/পোক ধৰা পাত্ৰটোত  কেইপাতমান নিমপাত  নহলে তেজপাত দিব থব। চাব চাউলত পোক নোহোৱা হৈ গৈছে । এইবোৰ চাউলত থলে চাউলত  সহজতে কোনো পোকে    নধৰে ।

তেজপাত
  • ৪/ চাউল ঠাণ্ডা ঠাইত ৰাখিব।
  • ৫/ চাউলৰ পাত্ৰ থোৱা ঠাইত আশে পাশে কিৎনাশক দ্ৰব্য ছটিয়াওক।
  • ৬/ চাউলৰ পৰা পোক গুচোৱা আৰু এটা সহজ  উপায় হৈছে পোক হোৱা চাউল খিনি   ফ্ৰিজত থওক ।চাব ৪-৫ দিন পিছত সকলোবোৰ পোকে মৰি গৈছে।
পম্পী দাস

Post a Comment

Previous Post Next Post