Today Assamese Rashifal | Daily Horoscope দৈনিক অসমীয়া ৰাশিফল

Today Assamese Rashifal | Daily Horoscope দৈনিক অসমীয়া ৰাশিফল

Today Assamese Rashifal | Daily Horoscope দৈনিক অসমীয়া ৰাশিফল

Assamese Rashifol 14 Feb | আপোনাৰ ৰাশিফল

মেষ ৰাশি(অ,আ,ল)  Today Assamese Rashifal

সু-সংবাদ ।ব্যৱসায়ত শুভ ।জেদ,অহংকাৰ ,খং ভাব ত্যাগ কৰক ।আত্মীয় লগত বিবাদ হব পাৰে । শিক্ষাৰ্থী সকলৰ বাবে শুভ।কৰ্মত মন দিয়ক ।

বৃষ ৰাশি(ই,উ, ব) Today Assamese Rashifal

 ব্যৱসায়ত ইমান ভাল নহয় ।হাতলৈ ধন আহিব যদিও খৰছ বৃদ্ধি হব । প্ৰেমত ভালেই ।কৰ্মত মন দিয়ক ।বিদ্যাত অমনোযোগিতা ।

মিথুন ৰাশি(ক,ঘ,ছ) Today Assamese Rashifal

ভ্ৰমণত কষ্ট ।স্বাস্থ্যৰ প্ৰতি যতন লব ।যিকোনো কৰ্ম কৰোঁতে ভাবি চিন্তি কৰিব ।কৰ্মত বাধা আহিব পাৰে ।  ব্যয়সায়ত ভাল নহয় ।পাৰিবাৰিক অশান্তি হব পাৰে । বিদ্যাত শুভ ।

কৰ্কট ৰাশি(ড, হ) Today Assamese Rashifal

 প্ৰতাৰিত হব পাৰে ।আত্মীয় লোকে মনত আঘাত দিব পাৰে ।মানসিক আশান্তিত ভুগিব পাৰে ।-ব্যৱসায়ত শুভ ।বহু দিনীয়া আশা পূৰণ হব পাৰে । কৰ্মত উন্নতি দেখা যায় । বিদ্যাৰ্থীৰ সকলে পঢ়াত মন শুভ ।

সিংহ ৰাশি (ম,ট)Today Assamese Rashifal

নতুন আঁচনি ।স্বাস্থ্যৰ প্ৰতি যতন লব । শৰীৰত বিষ বেদনা হব পাৰে ।স্বামী-স্ত্ৰীৰ মাজত বিবাদ ।প্ৰেমত বদনাম আহিব পাৰে ।বিদ্যাত মধ্যম।

কন্যা ৰাশি(প,ঠ) Today Assamese Rashifal

পিতৃ ৰোগত আঘাত পাব পাৰে ।শত্ৰুৰ পৰা এৰাই চলক । স্বাস্থ্যত ইমান ভালে নাযাব ।ব্যৱসায়ত শুভ ।পঢ়াত ভালেই ।

তুলা ৰাশি(ৰ,ত)Today Assamese Rashifal

গৃহ সুখ ।ব্যয়সায়ত শুভ । ।স্বাস্থৰ যতন লওক।প্ৰেমত মধ্যম । বন্ধুৰ লগত বিবাদ ।শত্ৰুৰ পৰা সাৱধানে চলিব ।সন্তানৰ ক্ষেত্ৰত মধ্যম ।কৰ্মত সাফল্য হব ।
বিদ্যাত শুভ ।

বৃশ্চিক ৰাশি(ন,য) Today Assamese Rashifal

শুভ সংবাদ ।পাৰিবাৰিক ক্ষেত্ৰত বিৰোধ ।ব্যৱসায়ত শুভ ।অৰ্থ প্ৰপ্তি হ'ব ।প্ৰেমত ইমান ভাল নহয় । সন্তানৰ বাবে খৰচ বৃদ্ধি ।বিদ্যাত শুভ ।

ধনু ৰাশি(ধ, ফ,ভ): Today Assamese Rashifal

সমাজৰ কামত ব্যস্ত ।অৰ্থ লাভ  ।  কৰ্মত মন দিয়ক ।বিদ্যাত বেয়া নহয় । পাৰিবাৰিক অশান্তি হব পাৰে । আপুনি ভবা দৰে উন্নতি নহবও পাৰে ।কৰ্মত মন দিয়ক ।

মকৰ ৰাশি -(জ,খ) :Today Assamese Rashifal

মন স্থিৰ ৰাখক ।শৰীৰ ইমান ভাল নহয় । নাৰ্ভৰ ৰোগ বৃদ্ধি পাব  ।পুৰণি ৰোগে মনত অশান্তি দিব পাৰে ।ব্যৱসায়ত মধ্যম ।জেদ,অহংকাৰ ভাব ত্যাগ কৰক ।বিদ্যাত উন্নতি ।

 কুম্ভ ৰাশি (গ,শ,স): Today Assamese Rashifal

কৰ্মত পৰিৱৰ্তন ।  বন্ধুৱে বিপদত পেলাব পাৰে ।আৰ্থিক দিশত ইমান ভাল নহয় ।প্ৰেমত ইমান বেয়া নহয় ।বিদ্যাত মধ্যম ।

 মীন ৰাশি(দ, চ) :Today Assamese Rashifal

বহুদিনীয়া আশা পূৰণ হব ।শত্ৰুৰ পৰা সাৱধান হ'ব।কৰ্মত  মন দিয়ক ।গৃহত নিজৰ মানুহৰ লগত বিবাদ হব পাৰে  । অপযশ পাব পাৰে ।

-জ্যোতিষী দীপজ্যোতি শইকীয়া 
নতুন বজাৰ(নগাঁও) অাৰু জু-তিনিয়ালি(গুৱাহাটী)
Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post