নিমখে লৈ আনিব সুখ সমৃদ্ধি। কৰক এইকেইটা

Assamese Bastu tips | Assamese Magazine News

নিমখে লৈ আনিব সুখ সমৃদ্ধি। কৰক এইকেইটা কাম


পাকঘৰত  ব্যবহাৰ হোৱা খুব গুৰুত্বপূর্ণ এটি উপাদান হল নিমখ (Salt)। এই নিমখে আমাৰ খোৱাবস্তু স্বাদযুক্ত কৰাত সহায় কৰে। বেছি নিমখে যেনেকৈ খাদ্য নিমখীয়া কৰি তোলে তেনেকৈ সঠিক ভাবে ব্যৱহাৰ কৰিলে ৰান্ধনীৰ গুণ গৰিমা বিয়পি পৰে। কিন্তু নিমখ মাত্ৰ খোৱা কামতেই নহয়। 

বাস্তুবিদসকলৰ মতে নিমখৰ সঠিক ব্যৱহাৰে সৌভাগ্যও আনিব পাৰে। কিদৰে জানেনে?

ঘৰৰ প্ৰধান দৰ্জাখন যিখনৰে সকলোৱে অহা যোৱা কৰে, সেই দৰ্জাৰ পিছৰ পিনে বা মাজত এটি পাত্ৰত কিচু নিমখ ৰাখক। মনত ৰাখিব সেয়া ১০ দিনৰ মুৰে মুৰে সলনি কৰাৰো প্ৰয়োজন। এনেকুৱা কৰিলে পৰিয়ালৰ সদস্যৰ ওপৰত নিগেটিভ এনাৰ্জীৰ প্ৰভাৱ কমি থাকিব।
Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post