কেনেকুৱা ছোৱালীৰ সৈতে সম্পৰ্ক কৰা উচিত নহয়। বা কেনেকুৱা ছোৱালীক বিয়া কৰা উচিত নহয় পঢ়ক ?

Marriage tips in assamese | Assamese magazine

কেনেকুৱা ছোৱালীৰ সৈতে সম্পৰ্ক কৰা উচিত নহয়। বা কেনেকুৱা ছোৱালীক বিয়া কৰা উচিত নহয় পঢ়ক ?

১.যিজনী ছোৱালী আপোনাৰ আগতে দুই তিনিটা সম্পর্কত আছিল আৰু  সৰু সৰু  কাৰণত ব্রেকআপ কৰিছে , সেইজনীৰ সৈতে সম্পর্কত নাহিব । তদুপৰি আপোনাৰ সৈতে সম্পর্ক থকা সত্ত্বেও যিজনী ছোৱালী অন্য লৰাৰ প্রতি আগ্রহী।এনেকুৱা ছোৱালীৰ সৈতে প্রেম হলেও , তেও আপোনাৰ সৈতে বিয়াত নবহিবও পাৰে। কাৰণ আপোনাতকৈ কোনো উন্নত কাৰোবাক পালে সিহতে আপোনাৰ সৈতেও বিনা কাৰণত ব্রেকআপ কৰিবলৈ বিচাৰিব ।

২.যিজনী ছোৱালী প্রচন্ড অর্থলোভী। সিহতে আপোনাৰ সৈতে প্রেম কৰিলেও আপোনাতকৈও বেছি ধনী কোনোবা ল'ৰাক পালে তাকেই বিয়া কৰিব , অথচ আপোনাৰ সৈতে প্রেম প্রেম ভাব ঠিকেই দেখুৱাব ।

৩ যিজনী ছোৱালী আপোনাৰ সীমাবদ্ধতা জানিও , আপোনাক লৈ  বহুত  বেছি উচ্চভিলাসী, আপোনাক প্রতিনিয়ত কৈ থাকে আমাক এইটো লাগিব সেইটো লাগিব, সিহতৰ পৰা দুৰত থাকক। সিহঁতক বিয়া কৰিলে, সিহঁতে আপোনাক নৰকৰ দুৱাৰলৈ লৈ যাব ।

৪.যিজনী  ছোৱালী ভবিষ্যতৰ চিন্তাত , বর্তমানক নৰক কৰি তোলে। যেনে, তোমাৰ একো নহল আজিলৈ, তাৰ মানে তোমাৰ পিছতো একো নহব , এই ধাৰণাত  বিশ্বাসী যিসকল ছোৱালী ।

ইয়াৰ পিছতো আৰু বহুত ধৰণৰ ছোৱালী হবলৈ পাৰে। যদি ভাগ্যত এনে ছোৱালী থাকেও শুধৰোৱা চেষ্টা কৰক। আৰু যাক সলনি কৰাৰ চেষ্টা কৰিলেও সলনি নহয় সিহঁতৰ পৰা দুৰত থকাই ভাল।

Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post